বুধবাৰ, জানুৱাৰী 6, 2021
মুখ্যপৃষ্ঠা উল্লেখ সমূহ ক’ৰোনা ভাইৰাচ (ক’ভিড-১৯)

উল্লেখ: ক’ৰোনা ভাইৰাচ (ক’ভিড-১৯)

প্লাজমা দান কৰা ব্যক্তিসকলক চাকৰিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব: স্বাস্থ্যমন্ত্ৰী

গুৱাহাটী, ১৭ জুলাই: অসম চৰকাৰে ক'ভিড - ১৯ আক্ৰান্ত ব্যক্তি সকলৰ চিকিৎসাৰ বাবে প্লাজমা দান কৰিব আগবাঢ়ি অহা ব্যক্তিসকলক চৰকাৰী চাকৰিৰ ক্ষেত্ৰত...

JEE আৰু NEET পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা

ডিজিটেল ডেস্ক, ৭ জুলাই: ক'ৰণা মহামাৰীয়ে সৃষ্টি কৰা ভয়ানক পৰিস্থিতিৰ ফলত JEE আৰু NEET পৰীক্ষা পুনৰ পিছুৱাই দিয়া হৈছে।

ৰাছিয়াক অতিক্ৰমি ক’ৰণা আক্ৰান্ত দেশৰ তালিকাত তৃতীয় স্থানত ভাৰত

ডিজিটেল ডেস্ক, ৭ জুলাই: ভাৰত বিশ্বৰ ক'ৰণা আক্ৰান্ত দেশৰ তালিকাত ৰাছিয়াক অতিক্ৰম কৰি তৃতীয় স্থানত উপস্থিত হয় । তথ্য...

গহপুৰৰ ডিপৰা ভীম বাহাদুৰ হাইস্কুল এলেকাক কন্টেইনমেন্ট জ’ন ঘোষণা

বিশ্বনাথ চাৰিআলি, ১২ জুন: বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ডিপৰা ভীম বাহাদুৰ হাইস্কুলসহ হাইস্কুল খনৰ চৌহদ এলেকাক গহপুৰ মহকুমা প্ৰশাসনে কন্টেইনমেন্ট জ'ন...

বিশ্বনাথৰ চন্দ্ৰভেটী অঞ্চল কন্টেইনমেন্ট জ’ন ঘোষণা

বিশ্বনাথ চাৰিআলি, ১২ জুন: বিশ্বনাথ জিলাৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত চন্দ্ৰভেটী গাওঁ নিবাসী কৃষ্ণ কটোৱাল নামৰ ১৮ বছৰীয়া যুৱক এজন কোভিড-১৯ ভাইৰাছৰ...

ক’ভিড-১৯ৰ উৰ্ধগামী ধনাত্মকতাৰ হাৰ আৰু ইয়াৰ বিশ্লেষণ- হৃষিকেশ বৰ্মণ

বৰ্তমান সমগ্র বিশ্বৰ লগতে ভাৰতেও কভিড-১৯ ৰ সতে যুজঁ দি আছে। এই সন্দৰ্ভত ভাৰত চৰকাৰে তথ্য সহকাৰে নাগৰিকক সান্তনা দিব চেষ্টা কৰি...

ক’ৰোণা প’জিটিভ ৰোগীৰ হেমাহিত হাহাকাৰ নগাওঁ জিলাৰ কঠীয়াতলীত

কঠীয়াতলী, ৮ জুন: নগাওঁ জিলাৰ কঠীয়াতলীৰ অৰ্ন্তগত শগুনবাহী চাহ বাগিছাৰ চিকিৎসালয় লাইনত আতঙ্কময় পৰিবেশৰ সৃষ্টি হয়। সুদুৰ মহাৰাষ্ট্ৰৰ পৰা আহি নেহেৰুবালিত ছোৱাবৰ...

মাজুলীত হোম কোৱাৰেন্টিনত থকা এটা পৰিয়াল ক’ভিদ-১৯ পজিটিভ

মাজুলী, ৮ জুন: মাজুলীত হোম কোৱাৰেন্টিনত থকা এটা পৰিয়াল ক'ভিদ-১৯ পজিটিভ পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি গুজৰাটত কৰ্মৰত ভাৰতীয় সেনা বাহিনীৰ জোৱান...

উৰিষ্যাত ৩০ জুনলৈকে বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান, হোটেল – ৰেস্তোৰাঁ, শ্বপিং...

উৰিষ্যা, ৮ জুন: উৰিষ্যাত সকলো ধৰ্মীয় উপাসনাস্থল,হোটেল - ৰেস্তোৰাঁ,শ্বপিং ম'ল আদি ৩০ জুন লৈকে বন্ধ থাকিব। ৭ জুনত এক প্ৰেছ বিজ্ঞপ্তি যোগে...

পঃ কাৰ্বি আংলং: কন্টেইন্টমেন্ট জ’ন হ’ব কেইবাটাও অঞ্চল

পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা কন্টেইন্টমেন জ'নলৈ পৰিগণিত হ'ব কেইবাটাও অঞ্চল

বঙাইগাঁও: কোৱাৰান্টাইন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ৰান্ধনিৰ গালৈ দলিয়ালে তপত দাইল বঙাইগাঁও, ৪ জুন: বঙাইগাঁও জিলাৰ ৰঙাপানী পৰমেশ্বৰ মেম'ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন...

বিশ্বনাথত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

বিশ্বনাথ, ৪ জুন: "কোৱাৰেণ্টিন কেন্দ্ৰত যি সকলে বিশৃংখলতাৰ সৃষ্টি কৰিব তেখেত সকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব, এটেম্প টু মাৰ্ডাৰ কেছত জামিনবিহীন...

বঙাইগাঁওত ছেনিটাইজেশ্যন বাহনৰ শুভ উদ্বোধন

বঙাইগাওঁ, ৩ জুন: সমগ্ৰ বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ ইয়াৰ প্ৰতিৰোধী পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে অসমৰ গ্ৰাম্যাঞ্চল সমূহ...

চাজিদ-ৱাজিদ যুটিৰ ৱাজিদৰ মৃত্যু: মৃত্যুৰ সময়ত আছিল ক’ৰোণা আক্ৰান্ত

মুম্বাই, ০১ জুন: বলিউদৰ বিখ্যাত সঙ্গীত পৰিচালক যুটি চাজিদ-ৱাজিদ যুটিৰ ৱাজিদৰ ৪২ বছৰ বয়সত চিকিৎসাধীন অৱস্থাত আজি মৃত্যু হয়।

উত্তৰাখণ্ডৰ প্ৰাক্তন মন্ত্ৰী ক’ৰণাত আক্ৰান্ত।

উত্তৰাখণ্ড, ৩১ মে': উত্তৰাখণ্ডৰ পৰ্যটন মন্ত্ৰী সৎপাল মহাৰাজাৰ পত্নী তথা ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী অমৃতা ৰাৱত ক'ৰণাত আক্ৰান্ত বুলি জানিব পৰা গৈছে।

বিমান চালকৰ দেহত কভিড-১৯: মাজ আকাশৰ পৰা উভতাই অনা হ’ল এয়াৰ...

নতুন দিল্লী, ৩০ মে': দিল্লীৰ পৰা উৰা মৰা এয়াৰ ইণ্ডিয়াৰ ৰাছিয়াগামী বিমানৰ চালক ক'ৰণা আক্ৰান্ত বুলি জনাৰ পিছত মাজ আকাশৰ পৰা...

ব্যৱসায়িক এলেকাত কোৱাৰিণ্টিন কেন্দ্ৰ স্থাপন কৰাক লৈ সোণাৰিত তীব্ৰ উত্তেজনা

চৰাইদেউচ, ২৯ মে': চৰাইদেউ জিলাৰ সোণাৰিত দৈনিক বজাৰৰ ব্যৱসায়িক এলেকাত থকা মাৰ্কেট কমপ্লেক্সৰ তৃতীয় মহলাৰ বিলাসী হোটেলত কুৱাৰেণ্টিন কেন্দ্ৰ স্থাপনক লৈ...

হস্পিটেলৰ পৰা অব্যাহতি বিশ্বনাথৰ ক’ৰনামুক্ত ৰোগীৰ

বিশ্বনাথ,২৯ মে': ক'ভিড ১৯ ত আক্ৰান্ত বিশ্বনাথৰ ৰাখী বাচফৰ আৰু গৌৰী নায়কক সম্প্ৰতি ক'ৰনামুক্ত বুলি ঘোষণা কৰা হৈছে।আজি মহেন্দ্ৰ মোহন চৌধুৰী...

সমগ্ৰ বিশ্বত ক’ভিড-১৯ৰ ফলত মৃত্যু ৩ লক্ষাধিক লোকৰ: ৫০ লক্ষাধিক আক্ৰান্ত

শেহতীয়া তথ্য: ৰাতিপুৱা ৯ টা বজা, ২৮মে, ২০২০ ইন্টাৰনেশ্যনেল ডেস্ক, ২৮ মে: সমগ্ৰ বিশ্বতে অব্যাহত আছে কভিদ-১৯ৰ...

অৰুণাচলত ক’ৰোণা প্ৰতিৰোধী সজাগতাৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ

অৰুণাচলত প্ৰদেশ, ২৭ মে': অৰুণাচলত প্ৰদেশৰ লংডিংত ক'ৰোণা প্ৰতিৰোধী সজাগতাৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ। চৰকাৰী ফলকত স্থান পালে নিজৰ জনগোষ্ঠীয় পৰম্পৰাগত...