ৰামায়ণৰ অন্যতম চৰিত্ৰ ৰাৱণৰ ওপৰত গৱেষণা আৰম্ভ কৰিব শ্ৰীলংকাই

0
48
ৰামায়ণৰ অন্যতম চৰিত্ৰ ৰাৱণ ওপৰত গৱেষণা আৰম্ভ কৰিব শ্ৰীলংকাই

ডিজিটেল ডেস্ক, ২১ জুলাই: শ্ৰীলংকাৰ বিমান কৰ্তৃপক্ষই ৰাৱণৰ বিমান যাত্ৰা সন্দৰ্ভত গৱেষণা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।

দ্বীপৰাষ্ট্ৰ খনত লঙ্কাধিপতি ৰাৱণৰ বৈমানিক যাত্ৰাৰ ওপৰত অধিক জানিবলৈ ‘Ravana and the ancient domination in aerial routes that is now lost’ শীৰ্ষক গৱেষণা অতি আৰম্ভ কৰা হ’ব।

এই প্ৰজেক্টৰ আৰম্ভণি হিচাপে ইতিমধ্যে কৰ্তৃপক্ষই ৰাৱণ সন্দৰ্ভত তথ্য গোটোৱা আৰম্ভ কৰিছে।কৰ্তৃপক্ষই ৰাষ্ট্ৰ খনৰ জনসাধৰণকো গৱেষণাৰ কামত তথ্য যোগান দি সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায়৷