UAE ত অনুষ্ঠিত হ’ব IPL

0
16
United Arab Emirates (UAE)ত অনুষ্ঠিত হ'ব Indian Premier League

ডিজিটেল ডেস্ক, ২২ জুলাই: কভিড-১৯ মহামাৰীৰ ত্ৰাসৰ ফলত চলিত বছৰত IPL UAE ত অনুষ্ঠিত কৰা হ’ব।

IPL ৰ সঞ্চালক কৰ্তৃপক্ষৰ অধ্যক্ষ ব্ৰিজেশ পটেলে জনায় যে চলিত বছৰত ভাৰতৰ পৰিৱৰ্তে UAE ত অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি বিচৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিক্ৰিয়াৰ ওপৰত ভিত্তি কৰি অহা সপ্তাহৰ ভিতৰত IPL অনুষ্ঠিত কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব।

উল্লেখযোগ্য যে কভিদ -১৯ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এইবাৰ প্ৰথম বাৰৰ বাবে ভাৰতৰ বাহিৰত IPL অনুষ্ঠিত কৰা হ’ব।