ইন্টাৰনেশ্যনেল ডেস্ক, ২৭মে: কভিদ-১৯ত আক্ৰান্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী মহিলাই জন্ম দিলে সুস্থ যমজ সন্তান।
সন্তানদ্বয়ৰ জন্মৰ পাছতে মৃত্যু হয় কভিদ-১৯ আক্ৰান্ত পিতৃৰ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগান প্ৰান্তৰ জেনিফাৰ লাউবাছ নামৰ মহিলাগৰাকীয়ে জন্ম দিয়ে যমজ সন্তানদ্বয়ক।
জেনিফাৰে জন্ম দিয়া দুই পুত্ৰ সন্তানৰ নাম ৰাখিছে মিচেল আৰু মাকচিম। সন্তানৰ জন্মৰ কিছুদিন পাছতে মৃত্যু ঘটে এন্ড্ৰুৰ।