ইজৰাইলত চীনা ৰাষ্ট্ৰদূতৰ ৰহস্যজনক মৃত্যু

0
293
ইজৰাইলত-চীনা-ৰাষ্ট্ৰদূতৰ-ৰহস্যজনক-মৃত্যু

ইন্টাৰন্যেশনেল ডেক্স, ১৭ মে’: ইজৰাইলৰ চীনা ৰাষ্ট্ৰদূত ডো ৱে ৰ মৃতদেহ তেওঁৰ তেল অভিভ থকা এপাৰ্টমেণ্টত উদ্ধাৰ হয়।

যোৱা ফেব্ৰুৱাৰী মাহত ইজৰাইলত চীনৰ ৰাষ্ট্ৰদূত নিয়োগ কৰা হৈছিল ডো ৱে ক। ইজৰাইলৰ পূৰ্বে তেওঁ য়ুক্ৰেইনত চীনৰ ৰাষ্ট্ৰদূত হিচাপে কৰ্মৰত আছিল।

বৰ্তমান লৈকে চীনা ৰাষ্ট্ৰদূত জনৰ মৃত্যুৰ কাৰণ জানিব পৰা যোৱা নাই ।

উল্লেখ্য যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতেন্যাহো য়ে পঞ্চমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নতুন চৰকাৰ গঠনৰ প্ৰাক মূহুৰ্তত চীনা ৰাষ্ট্ৰদূত জনৰ মৃত্যুৱে সদ্বিগ্ন ৰূপ লৈছে।